Book Cover Design's profile

The Big Sleep - Raymond Chandler | Book Cover

THE BIG SLEEP - RAYMOND CHANDLER
এজন বৃদ্ধ সেনাধ্যক্ষ আৰু তেঁওৰ দুগৰাকী সুন্দৰী জীয়েক। প্ৰাইভেট ডিটেক্টিভ মাৰ্লোয়িৰ বাবে প্ৰথমতে ঘটনাটো সহজ আছিল। কিন্তু তাৰপিছত তেঁও লগ পালে নাইট ক্লাবৰ  ৰহস্যময় মালিকক আৰু তেঁওৰ অধিনত কাম কৰা নিষ্ঠুৰ হত্যাকাৰীজনক। লগতে সন্মূখিন হয় তিনিটা নতুন হত্যাৰ। 
এইবোৰৰ অৰ্থ কি? জীয়েক দুজনীয়ে কি কথা গোপন কৰিবলৈ চেষ্টা কৰিছিল? যেতিয়া সেই কথা মাৰ্লোয়িয়ে সন্ধান কৰিবলৈ চেষ্টা কৰিছিল, তেঁওকো হত্যা কৰিবলৈ কিছুমান লোক সাজু হৈ উঠিল॥
another version in teal and orange theme
T  H  A  N  K  S
for commissioned work please get in touch on 9873646321
subinoy.bookcover@gmail.com
The Big Sleep - Raymond Chandler | Book Cover
Published:

Owner

The Big Sleep - Raymond Chandler | Book Cover

Published: